মুখ্য পৃষ্ঠা
SÀRADIYA KABITÀ
![Images](http://kkallol.xtgem.com/images/images.jpeg)
¤ Nasta Kànài,
in the bãnk of
rivèr Yamunà ¤
(1)
যমুনাৰ জল
কৰে টল্-বল্
কদম ডালত বহি
নষ্ট কানাই
কাষত কলসীলৈ মোৰ জালাহৰ নামাই
স্মৃতিবোৰ
কাঁচৰ টুকুৰা
কাটি দিয়ে মোৰ
প্ৰেমিক কলিজা
(2)
সোনকোষেৰ পাৰত
পানী আনিবাৰ যায়
সুন্দৰী চেংৰী
কাঁশিয়াৰ আঁৰালত লুকিয়া লুকিয়া
দেখিয়া থাকুং
উমাৰ খিল্-খিল্ হাঁসি
হাঁসিগুলা ঢেউ হয়
ঢেউগুলা মাছ
মাছগুলানে ৰূপেলী জাহাজত চৰিয়া
উজিয়া আইসে মোৰ
দুঃস্বপ্নেৰ বন্দৰত
(3)
রঙীন রাত
উন্মাদ আমার দু'হাত
তোমার চোঁখ
আমার বিষাদ
তোমার হাঁসি
আলো-আঁধারে
জ্বলে থাকে
আমার স্বপ্নের বাতি
(4)
यादोँ के बिछरते रिस्ते
याद बनके बहते हैँ
मेरे लहु मेँ
मैँ डुबता हुँ
बहता हुँ
तेरी नैना मेँ
काजल बनके
खुदको मिटाता हुँ
(5)
तिमि थियो
शरतको एउटा जोन
तिम्रो समझनामा
भिगेको थिएन
मेरो यो मन
आज फेरि
तिम्रो यादैमा मैले
आसु बहाये दियो,
तिमि मलाइ भुलेरो
ओर संग तिम्रो मन
सजाये
हात थामेरो चले गयो !
(6)
सापटग्रामनि सासे सोमायनाय हिनजावसा
नोँनि थाखाय
आंनि बिखा
(7)
ରାତି ରାତି ଶୀତରେ
ଭିଜି ଥାୟ
ତୋମରୁ ଦୁଇ ଆଁଖି
ତୋ ହାଁସିରେ ଭିଜି ଥାୟ
ମୋର ରୁକ୍ଷ ଛାତି
(8)
ସୁନ୍ଦରୀ ଟୁକେଳ
ପାନୀ ଆନବାର୍ ଯାୟ
ଯମୁନାର ପାରେ ବସି
ନନ୍ଦ ପୁଅଁ
ବଂଶୀ ବଜାୟ
(9)
সাপটগ্ৰামত শাৰদীয় জোনটো
এখন ৰুটিৰ দৰে
হৈ উঠে
ভোগ আৰু অনিদ্ৰাত
ৰাতিবোৰ ধুসৰ হৈ
উঠে
ණ Kandarpajit Kallol