XtGem Forum catalog
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

আগতে যদি তোমাক লগ পালোঁহেঁতেন
হয়তো তোমাৰ প্ৰেমত পৰিলোঁহেঁতেন !

হয়তো মোৰ প্ৰেমৰ ইতিহাতত
আৰু কিছু নৈৰাশ্যৰ পৃষ্ঠা
যোগ হ'লহেঁতেন !

ණ কন্দর্পজিৎ কল্লোল