Polaroid
kkallol.xtgem.com
আপুনি এটা ৰ'দৰ কবিতা
===================

আপুনি এটা
ৰ'দৰ কবিতা
শব্দৰ দুহাতেদি
বৈ অহা নিজৰা

আপুনি প্ৰেমৰ এখন
শুভ্ৰ কামিজ
হিয়া ঢাকি ছাঁ দিয়া
এডাল নির্জন গছ !

(হীৰুদাৰ স্মৃতিত...)
----------------------------

ණ কন্দর্পজিৎ কল্লোল


মুখ্য পৃষ্ঠা