XtGem Forum catalog
kkallol.xtgem.com

মই য'ত থিয়হৈ আছোঁ
তাৰপৰা তোমাৰ মুখখনি
ভালদৰে মনিব নোৱাৰি
কেৱল অনুভৱৰ চকুৰে
অলপ প্ৰেমত পৰিবহে পাৰি !

ණ কন্দর্পজিৎ কল্লোল

মুখ্য পৃষ্ঠা