kkallol.xtgem.com
ফেচবুকক বিদায় জনোৱাৰ পিছত ...
==============
কিছু কথা ৰৈ যায়
হৃদয়ৰ গোপন কোঠাত
কিছু কথা থমকি ৰ'য়
মৌন ওঁঠৰ ভাষাত !
[07/12/13 (05:40p.m.)]
ණ কন্দর্পজিৎ কল্লোল
মুখ্য পৃষ্ঠা
Log in
Polly po-cket