XtGem Forum catalog
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

(১)
মোৰ নামত এচাম দুষ্টচক্ৰই ফেক একাউণ্ট খুলিছে । সেই ফেক একাউণ্টবোৰৰ পৰা সাৱধানে থাকিবলৈ অনুৰোধ জনালোঁ ।

মোৰ একাউণ্টৰ পৰা সকলো তথ্য কপি কৰি মোৰ নামত খুলা ভূৱা ফেচবুক একাউণ্টোৰ
লিংক-

FAKE ACCOUNT

MY ORGINEL FACEBOOK ACCOUNT
(২)
মোৰ যিকোনো লেখা কোনোবাই ইচ্ছা কৰিলে সাহিত্যমূলক ৱেবছাইট, পৃষ্ঠা, গোট আদিত প্ৰকাশ কৰিব পাৰে । তাৰ বাবে মই বেয়া নাপাওঁ । এনে কি অনুমতি নলোৱাকৈ প্ৰকাশ কৰিলেও বেয়া নাপাওঁ, যদিহে তাতে মোৰ নাম উল্লেখ থাকে । কিন্তু তাতে মোৰ নাম নাথাকিলে খং উঠি যায় । আনহাতে গোটেই কবিতাটো প্ৰতিলিপি কৰিব পাৰে আনহাতে মোৰ নামটো প্ৰতিলিপি কৰিব নোৱাৰে বা পাহৰি যায় নাইবা ভুলবশঃত ৰৈ যায়, এনেধৰণৰ কথা মই মানি ল'ব নোৱাৰোঁ ।


• কন্দর্পজিৎ কল্লোল