Lamborghini Huracán LP 610-4 t
kkallol.xtgem.com

মুখ্য পৃষ্ঠা


বিষয়: অসমীয়া লিখা
================

(Bishoy: Axomiya likha)

অসমীয়া লিখোতে যদি এনেদৰে ভুল বানানবিলাকৰ মাজেদি কাট খাই গ'লহেঁতেন !

১। মই বজাৰলৈ যাবলৈ ওলাইছোঁ কিন্তো গাৰী পোবা নাই ।
২। আপুনী মোক কি বুলি ভাবেহে ।
৩। আপুনাক মই একো নকওঁ আৰু ।
৪। আপোনি ঘৰত আছে নে ?
৫। শুভৰাত্ৰী বন্ধুসকল ।
৬। প্ৰেম হল এটা অনুভব
৭। তেওঁ বজাৰলৈ গল


ණ কন্দর্পজিৎ কল্লোল